#Navodaya_Selection_Test
-
ASSAM
চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধিৰ লক্ষ্য—শিৱসাগৰ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ : ৰূদ্ৰসাগৰ মণ্ডলত নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ : জিলা শিক্ষা বিষয়া ড° সমীৰণ বৰাই আনুষ্ঠানিকভাৱে কৰিলে শুভাৰম্ভ—তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠ্যক্ৰমৰ সমান্তৰালকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ব্যৱস্থা
শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ : চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আগতীয়াকৈ প্ৰস্তুত…
Read More »