#National_School_Games
-
ACHIVEMENT
ৰাষ্ট্ৰীয় মঞ্চত উজলিব শিৱসাগৰৰ তিনি উশ্বু খেলুৱৈ—অসম দললৈ নিৰ্বাচিত : শ্ৰীনগৰত অনুষ্ঠিত হ’বলগীয়া ৭০ সংখ্যক নেশ্যনেল উশ্বু স্কুল গেমছত অংশগ্ৰহণ কৰিব জাচিংফা বৰগোহাঁই, গুনাশ্ৰী চাংমাই আৰু ৰিতুৰাজ গগৈ : কোকৰাঝাৰৰ বাছনি ট্ৰায়েলত দেখুৱালে দক্ষতা—১৫ৰ পৰা ১৯ অক্টোবৰলৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব
ডিমৌ, ৩ অক্টোবৰ : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত হ’বলগীয়া ৭০ সংখ্যক নেশ্যনেল উশ্বু স্কুল গেমছত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ তিনিগৰাকী প্ৰতিভাৱান…
Read More »