#Cattle_Smuggling_Case
-
ASSAM
গেলেকী আৰক্ষীৰ বৃহৎ সাফল্য, গৰু চুৰি-সৰবৰাহৰ গোচৰত চাৰিজন আটক : আৰক্ষীৰ পৰা বাচিবলৈ পুখুৰীত জাঁপ, প্ৰায় তিনি ঘণ্টা পদুম পাতৰ আঁৰত লুকাই থকাৰ পাছত ধৰা পৰিল মানৱ গগৈ : মানৱ গগৈক জেৰাৰ সূত্ৰে আন তিনিজনৰ সন্ধান : ডিব্ৰুগড় আৰু নাগালেণ্ডত গেলেকী আৰক্ষীৰ অভিযান : পৰশমণি বৰঠাকুৰ, ৰমজান আলী আৰু মনুজ গগৈ আটক, তিনিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ
নাজিৰা, ৩০ ছেপ্টেম্বৰ : কথিত গৰু চুৰি আৰু সৰবৰাহৰ সৈতে জড়িত এটা গোচৰৰ তদন্তত গেলেকী আৰক্ষীয়ে অভিযান চলাই মুঠ চাৰিজন…
Read More »