#Assamese_Cuisine
-
ASSAM
শিৱসাগৰত অগ্ৰগামীৰ ব্যতিক্ৰমী পদক্ষেপ : অসমীয়া থলুৱা খাদ্যৰ ৰন্ধন প্ৰতিযোগিতাৰে পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষণৰ অনন্য প্ৰয়াস : বয়োজ্যেষ্ঠ মহিলাৰ পৰা ষষ্ঠ শ্ৰেণীৰ কণমানি ছাত্ৰলৈকে উৎসাহজনক অংশগ্ৰহণ : বিভিন্ন থলুৱা ব্যঞ্জনেৰে জীপাল কলিতা পেলেচৰ প্ৰেক্ষাগৃহ : অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লেখা দিহিঙীয়াই দখল কৰিলে প্ৰথম স্থান, লক্ষীন্দ্ৰ দিহিঙীয়া দ্বিতীয় আৰু কণমানি ময়ুৰ জোনাক দাস তৃতীয়
শিৱসাগৰ, ১২ অক্টোবৰ : অসমীয়া জাতিৰ চহকী খাদ্য-সংস্কৃতি, পৰম্পৰাগত ৰন্ধনশৈলী আৰু থলুৱা ব্যঞ্জনৰ স্বকীয়তা সংৰক্ষণ তথা নতুন প্ৰজন্মৰ মাজত ইয়াৰ প্ৰচাৰ…
Read More »