#Amguri_Project
-
ACHIVEMENT
নৱম ৰাষ্ট্ৰীয় পোষণ মাহত শিৱসাগৰত জিলা ভিত্তিক ৰন্ধন প্ৰতিযোগিতা—শ্ৰেষ্ঠত্ব অৰ্জন আমগুৰি প্ৰকল্পৰ : পুষ্টিকৰ খাদ্যৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে কালীপ্ৰসাদ মেম’ৰিয়েল হ’লত বিশেষ কাৰ্যসূচী : দ্বিতীয় স্থানত শিৱসাগৰ নগৰ, তৃতীয় গৌৰীসাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প
শিৱসাগৰ, ৫ অক্টোবৰ : নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ উপলক্ষে পুষ্টিকৰ খাদ্য, শিশু-মাতৃৰ স্বাস্থ্য আৰু সুষম আহাৰৰ প্ৰতি জনসাধাৰণৰ মাজত…
Read More »