#Educational_Development
-
ASSAM
শিৱসাগৰত সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অভিৱৰ্তন সফল সামৰণি : ৰাজ্যৰ বিভিন্ন জিলাৰ পাঁচশৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে মুখৰিত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহ : শিৱসাগৰ জিলা সমিতিৰ ৱেবছাইট মুকলি, স্মৃতিগ্ৰন্থ ‘সমন্বয়’ উন্মোচন
শিৱসাগৰ, ৬ জুলাই : সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অভিৱৰ্তনখনি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰত সফলতাৰে অনুষ্ঠিত…
Read More »