#Agragami_Sivasagar
-
ASSAM
শিৱসাগৰত অগ্ৰগামীৰ উদ্যোগত ‘জুবিন দিৱস’ পালন—গীত, নৃত্য আৰু চিত্ৰাংকনেৰে প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি : ৰংপুৰ হাইস্কুলত দিনজোৰা কাৰ্যসূচী—বন্তি প্ৰজ্বলন আৰু ‘মায়াবিনী’ৰ সমবেত পৰিৱেশনেৰে জুবিন গাৰ্গক স্মৰণ : তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা—চাৰণ্যা বৰা, অনিবাৰ্ণ গগৈ আৰু মীনাক্ষী হাজৰিকা শ্ৰেষ্ঠ
শিৱসাগৰ, ২০ ছেপ্টেম্বৰ : সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে নানা কাৰ্যসূচীৰে ‘জুবিন দিৱস’ পালন কৰাৰ সমান্তৰালকৈ শিৱসাগৰৰ অগ্ৰণী সামাজিক…
Read More »