#YogaAwareness
-
ASSAM
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে শিৱসাগৰত জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা সম্পন্ন : ৮০ গৰাকীতকৈ অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ : ২১ জুনত ৰংঘৰ প্ৰাংগণত পুৰস্কাৰ প্ৰদান : সুস্থ-সবল দেহ আৰু সজীৱ মন গঢ়াৰ ক্ষেত্ৰত যোগাভ্যাসৰ বিকল্প নাই – অতিৰিক্ত জিলা আয়ুক্ত ৰনন্ময় ভৰদ্বাজ
শিৱসাগৰ, ১৮ জুন : ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত, লগতে…
Read More »




