#Pregnant_TB_Patients
-
ASSAM
শিৱসাগৰত যক্ষ্মা ৰোগীৰ উন্নত চিকিৎসা ব্যৱস্থাপনাৰ বিশেষ পদক্ষেপ—১৮৭ গৰাকী স্বাস্থ্যকৰ্মীক প্ৰশিক্ষণ : তিনিদিনীয়া প্ৰশিক্ষণ সম্পন্ন—গৰ্ভৱতী যক্ষ্মা ৰোগীৰ চিকিৎসাৰ পৰা TB Preventive Therapyলৈ বিশেষ গুৰুত্ব : CHO, MPW, ফাৰ্মাচিষ্ট আৰু চাহ বাগিচাৰ স্বাস্থ্যকৰ্মীৰ অংশগ্ৰহণ—তৃণমূল পৰ্যায়ত যক্ষ্মা ৰোগীৰ চিকিৎসা আৰু যতন অধিক শক্তিশালী কৰাৰ প্ৰয়াস
শিৱসাগৰ, ১৬ ছেপ্টেম্বৰ : বিভিন্ন সময়ত শিৱসাগৰ জিলাৰ স্বাস্থ্যসেৱাক লৈ সমালোচনা আৰু বিভিন্ন সমস্যাৰ অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে যক্ষ্মা…
Read More »