#Poet_Translator
-
LITERATURE
বিশিষ্ট কবি-অনুবাদক আনিছ উজ জামানলৈ শিৱসাগৰ জিলা কবি সন্মিলনৰ শ্ৰদ্ধাঞ্জলি : শিৱসাগৰ ছোৱালী কলেজত স্মৰণ অনুষ্ঠান—বন্তি প্ৰজ্বলনেৰে প্ৰয়াত কবিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন : ‘ছটা দশক ধৰি কবিতা আৰু লেখাৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গ’ল আনিছ উজ জামানে’—স্মৃতিচাৰণত আলোকপাত সাহিত্যিক জীৱন-পৰিক্ৰমাত
শিৱসাগৰ, ২১ ছেপ্টেম্বৰ : অসমীয়া সাহিত্য তথা কাব্যজগতৰ বিশিষ্ট কবি-অনুবাদক সদ্যপ্ৰয়াত আনিছ উজ জামানৰ স্মৃতিত দেওবাৰে শিৱসাগৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…
Read More »