#Modern_Farming
-
AGRICULTURE
আগন্তুক চাৰে চাৰি বছৰত অসমৰ অতিৰিক্ত ২০ শতাংশ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ – কৃষিমন্ত্ৰী পীযূষ হাজৰীকা : বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কৃষকসকলৰ মাজত নাৰিকল আৰু তামোলৰ পুলি বিতৰণ : কৃষকৰ পুনৰ সংস্থাপন আৰু স্বাৱলম্বিতাৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ : শিৱসাগৰ আৰু চৰাইদেউৰ কৃষকৰ বাবে প্ৰায় ৮০ হাজাৰ নাৰিকল আৰু ১ লাখ ৬০ হাজাৰ তামোলৰ পুলি বিতৰণ
শিৱসাগৰ, ২৭ অক্টোবৰ : অসমৰ কৃষিখণ্ডক অধিক শক্তিশালী, উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আগন্তুক চাৰে চাৰি বছৰত…
Read More »