#Ministry_Of_Industry_And_Commerce_Assam
-
ADMINISTRATION
‘এডভাণ্টেজ অসম ২.০’ৰ অধীনত শিৱসাগৰত উদ্যোগ স্থাপন-সম্প্ৰসাৰণত গতি আনিবলৈ তৎপৰ জিলা প্ৰশাসন : ৩৮ গৰাকী পিছ পৰি থকা বিনিয়োগকাৰী উদ্যোগীৰ সৈতে জিলা আয়ুক্ত মৃদুল য়াদৱৰ পোনপটীয়া মত-বিনিময়—সমস্যাৰ পুঙ্খানুপুঙ্খ খতিয়ান গ্ৰহণ : ভূমি, বেংক ঋণ আৰু অন্যান্য বাধা দূৰ কৰিবলৈ বিভাগীয় সমন্বয় আৰু ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
শিৱসাগৰ, ২৫ ছেপ্টেম্বৰ : অসমৰ ঔদ্যোগিক খণ্ডৰ বিকাশ আৰু শক্তিশালীকৰণ, বিনিয়োগৰ পথ অধিক প্ৰশস্ত কৰা তথা উদ্যমী উদ্যোগীসকলৰ আৰ্থিক সৱলীকৰণৰ…
Read More »