#Mayabini
-
ASSAM
জুবিন গাৰ্গৰ স্মৃতিত ‘প্ৰথম জুবিন দিৱস’—বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি, গীত-নৃত্যৰে প্ৰাণৰ শিল্পীলৈ আবেগঘন শ্ৰদ্ধাঞ্জলি : ‘লাইট কেমেৰা একচন অসম’ৰ উদ্যোগত শিৱসাগৰত বিশেষ স্মৰণ অনুষ্ঠান—‘মায়াবিনী’ৰ সমবেত কণ্ঠই আবেগিক কৰি তুলিলে পৰিৱেশ : জিজ্ঞাসিনী বৰুৱাৰ নৃত্যৰে শ্ৰদ্ধাৰ্ঘ্য, উদীয়মান কণ্ঠশিল্পী আপছানা ৰহমানৰ নেতৃত্বত সমবেত সংগীত পৰিৱেশন
শিৱসাগৰ, ১৯ ছেপ্টেম্বৰ : অসমীয়া সংগীত আৰু সাংস্কৃতিক জগতৰ অতি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ‘লাইট কেমেৰা একচন অসম’ৰ উদ্যোগত…
Read More »