#Mass_Rally
-
ASSAM
শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ বৃহৎ যোগদান কাৰ্যসূচী—কেইবা শতাধিক যুৱক-যুৱতীৰে সাংগঠনিক শক্তি বৃদ্ধিৰ প্ৰয়াস : আহোম সেনাৰ পৰা সদ্য পদত্যাগ কৰা আয়ুস অঞ্জন গগৈৰ অসমীয়া যুৱ মঞ্চত যোগদান—জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক যুৱক-যুৱতীয়েও ল’লে সদস্যপদ : শিৱসাগৰ নগৰত বৃহৎ ৰেলী—যুৱদ’ল প্ৰেক্ষাগৃহত কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত যোগদান সভা
শিৱসাগৰ, ২৬ ছেপ্টেম্বৰ : শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা…
Read More »