#Equal_Rights
-
ASSAM
ভূমি বিধেয়ক, UGC ব্যৱস্থা আৰু জাতিগত সংৰক্ষণ নীতিৰ বিৰুদ্ধে সৰৱ সদৌ অসম সন্মিলিত ব্ৰাহ্মণ পৰিষদ : ব্ৰাহ্মণসকলকো ‘Indigenous Ethnic Community/Original Inhabitant’ৰ উপযুক্ত স্বীকৃতি দিয়াৰ দাবী : ভূমি-সংৰক্ষণ-উচ্চ শিক্ষাকে ধৰি সাংবিধানিক বিষয়ৰ বাবে আইনী কোষ গঠনৰ সিদ্ধান্ত : শিৱসাগৰত ৰাজ্যিক সমিতিৰ সম্প্ৰসাৰিত সাধাৰণ সভা : আৰ্থিক আৰু সামাজিক-অৰ্থনৈতিক পিছপৰা অৱস্থাক অধিক গুৰুত্ব দি সংৰক্ষণ নীতি পুনৰীক্ষণৰ পোষকতা
শিৱসাগৰ, ১২ ছেপ্টেম্বৰ: অসমৰ ভূমি অধিকাৰ, উচ্চ শিক্ষা ব্যৱস্থা আৰু সংৰক্ষণ নীতিক কেন্দ্ৰ কৰি চলি থকা বিভিন্ন বিতৰ্কৰ মাজতে শিৱসাগৰৰ…
Read More »