#Champions_Of_Assam
-
ACHIVEMENT
হেণ্ড টু হেণ্ড নেচনেল চেম্পিয়নশ্বিপত শিৱসাগৰৰ খেলুৱৈৰ দপদপনি—৬টা স্বৰ্ণসহ পদকৰ জয়যাত্ৰা : আঠগৰাকী খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শন—স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে অসম তথা শিৱসাগৰলৈ কঢ়িয়ালে গৌৰৱ : শশাংকৰ গগৈৰ চমকপ্ৰদ সাফল্য—তিনিটা স্বৰ্ণপদকৰ লগতে বিশেষ পাৰদৰ্শিতা ট্ৰফি অৰ্জন : দেৱজিত দুৱৰীয়ে দুটা স্বৰ্ণ, প্ৰদিপ্ত গগৈয়ে এটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জ—আন পাঁচগৰাকী খেলুৱৈয়েও অৰ্জন কৰিলে ৰূপ-ব্ৰঞ্জৰ পদক
ডিমৌ, ২৭ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেণ্ড টু হেণ্ড নেচনেল চেম্পিয়নশ্বিপত শিৱসাগৰ জিলাৰ খেলুৱৈসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অসম তথা শিৱসাগৰ…
Read More »